Local, Vocal, Global

Road accident in Biswanath:মালবাহী ট্ৰাকৰ খুন্দা স্কুটীত;আহত স্কুটী আৰোহী

বিশ্বনাথ,৫ডিচেম্বৰ: বিশ্বনাথৰ বুঢ়ীগাং বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনা।

মালবাহী ট্ৰাকৰ খুন্দা স্কুটীত । ফলত গুৰুতৰভাৱে আহত স্কুটী আৰোহী। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ নং AS01 HC 6385।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, আৰক্ষীৰ হেমাহীৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়(Road accident in Biswanath)৷

এই দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দুৰ্ঘটনাত পতিত আহত ব্যক্তিজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে । আহত ব্যক্তিজনৰ নামৰ বালি পুখুৰীৰ কুলদীপ বৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Drugs peddler arrested along with drugs: মেৰাপানীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী