Local, Vocal, Global

Rhino Carcass Recovered in Orang National Park: ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ মৃতদেহ

নিউজ ডেস্ক,৪ডিচেম্বৰ : ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ মৃতদেহ ।

নতুন বছৰৰ আৰম্ভণিতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ গড়ৰ মৃতদেহ। এটা প্ৰাপ্ত বয়স্ক মৃত গঁড়ৰ উদ্ধাৰ।

নিচিলামাৰী বন শিবিৰৰ সমীপত প্ৰাত্যহিক টহলদাৰী গোটে প্ৰত্যক্ষ কৰে মৃত গড়টো। খড়্গসহ উদ্ধাৰ কৰা হৈছে গড়টো(Rhino Carcass Recovered in Orang National Park)।

গড়টোৰ মৃত্যুৰ কাৰণ স্বাভাৱিক মৃত্যু বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Leopard tranquilized at Nagaon:অৱশেষত নগাঁৱত ট্ৰেংকুলাইজ কৰিলে নাহৰফুটুকীটো