Tragic road accident in Sonari: পথৰ দাঁতিত ৰখাই থোৱা ৰোলাৰত খুন্দা বাইকৰ;নিহত এজন,আহত এজন

সোণাৰি,১জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ পহিলা সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
বুধবাৰে পুৱা প্ৰায় ৬ মান বজাত সোণাৰিৰ ৰজাপুখুৰীত পথৰ দাঁতিত ৰখাই থোৱা ৰোলাৰত খুন্দা বাইকৰ। ফলত থিতাতে নিহত এজন আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন।
দুৰ্ঘটনাত আহত যুৱকজনক সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Tragic road accident in Jorhat)।
দুৰ্ঘটনাত সৰুকণ বসুমতাৰী (২৫) নামৰ যুৱকজন থিতাতে নিহত হয়।আনহাতে গুৰুতৰভাৱে আহত হয় মাধৱ বসুমতাৰী (২৮) নামৰ লোকজন। ঘন কুঁৱলীৰ বাবেই পথৰ ৰোলাত খুন্দিওৱাৰ সন্দেহ।
লগতে পঢ়ক :Sonari News :বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বনভোজকাৰী দলৰ ভিৰ