Local, Vocal, Global

Road Accident in Abhayapuri :তীব্ৰবেগী ব’লেৰো বাহনৰ খুন্দা কাঠভৰ্তি ট্ৰাকত; নিহত এজন

অভয়াপুৰী,৩১ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাকক্ষণত অভয়াপুৰী তুলুঙীয়াত ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ব’লেৰো পিকআপৰ খুন্দা AS 01LC 1499 নম্বৰৰ কাঠভৰ্তি ট্ৰাকত।ফলত AS19AC 5762 নম্বৰৰ ব’লেৰ বাহনৰ চালক থিতাতে নিহত । নিহত চালকজনক সিদলসতীৰ মানিক চন্দ্ৰ বৰ্মন(৪০) বুলি চিনাক্ত(Road Accident in Abhayapuri)।

ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

লগতে পঢ়ক :Deer Rescued of Jamugurihat: জামুগুৰিহাটৰ মৰণাকুৰি ঘাঁহিগাৱত পহু উদ্ধাৰ