Tragic road accident in Dergaon:অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন লোক
দেৰগাঁও,৩১ডিচেম্বৰ : দেৰগাঁৱত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা।দেৰগাঁও চাৰিআলি আৰু দিচৈ চাৰিআলি সংযোগী পথত সংঘটি হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে, অচিনাক্ত উদণ্ড বাহন চালকে মহটিয়াই নিলে এজন লোকক। ফলত থিতাতে নিহত হয় লোকজন ।নিহতলোকজন দেৰগাঁও ৩নং ৱাৰ্ডৰ অলক ৰাজপুত বুলি জানিব পৰা গৈছে(Tragic road accident in Dergaon)।
ইফালে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে।
লগতে পঢ়ক :Diganta Borah transferred:অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল