Local, Vocal, Global

Diganta Borah transferred:অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

নিউজ ডেস্ক,৩১ডিচেম্বৰ : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল।বদলি কৰা হ’ল গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক(Diganta Borah transferred)।

গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হ’ব পাৰ্থসাৰথি মহন্ত। STFৰ IGP হিচাপেও দায়িত্ব পালন কৰিব পাৰ্থসাৰথি মহন্তই। IPS বিষয়া দিগন্ত বৰাক আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে(STF Chief, IGP Partha Sarathi Mahanta Appointed CP, Guwahati, Diganta Barah Transferred to Special Branch)।

লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰো দায়িত্ব প্ৰদান দিগন্ত বৰাক। আইন শৃংখলা-শাখাৰ IGP প্ৰশান্ত কুমাৰ ভূঞাক IGP (Admn) পদলৈ বদলি। IGP অখিলেশ কুমাৰ সিঙক আইন-শৃংখলা বিভাগৰ দায়িত্ব অৰ্পণ।

লগতে পঢ়ক :Four accused in Dharmendra Nath murder case arrested:ৰঙিয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক আটক আৰক্ষীৰ