Mysterious Death of Assam Youth :অৱশেষত স্ব-গৃহলৈ অনা হ’ল প্ৰাণজিৎ কলিতাৰ মৃতদেহ

নিউজ ডেস্ক,৩০ডিচেম্বৰ : হাজোৰ যুৱকক বহিঃৰাজ্যত হত্যা।
ৰাজস্থানৰ কোটাত হত্যা হাজোৰ যুৱকক।
মৃত যুৱকজন ক্ষেত্ৰীহাৰদিয়াৰ প্ৰাণজিৎ কলিতা।
বন্ধুৰ সৈতে মাৰপিত হোৱাৰ সন্দেহ।
ঘটনা সন্দৰ্ভত ৩ জনক আটক।আটকাধীন আটাইকেইজন হাজোৰেই(Mysterious Death of Assam Youth)।
এখন হোটেলত কৰ্মৰত আছিল আটাইকেইজন যুৱক।বিগত চাৰিমাহ ধৰি ৰাজস্থানত আছিল মৃত প্ৰাণজিৎ কলিতা।মৃত প্ৰাণজিৎ কলিতাৰ পত্নীৰ লগতে আছে এটি ছয়মহীয়া শিশু।সম্প্ৰতি ৰাজস্থানৰ এখন হাস্পাতালৰ মৰ্গৰ পৰা পৰিয়ালৰ লোকে স্বগৃহলৈ লৈ আনিলে প্ৰানজিতৰ মৃতদেহ । মৃতদেহ লৈ অনাৰ পিছতে আজি পুৱা ক্ষেত্ৰী-হাড়দিয়াত শোকাকুল পৰিবেশ ।
পৰিয়ালৰলোকে ঘটনা সন্দৰ্ভত উচিত তদন্ত দাবী ।
লগতে পঢ়ক :Guwahati News : পুনৰ গুৱাহাটী মহানগৰীত মৌচুমী কাণ্ডৰ অনুৰূপ ঘটনা