Local, Vocal, Global

Drugs peddler arrested along with drugs: গোৱালপাৰাত জব্দ বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন

নিউজ ডেস্ক,৩০ডিচেম্বৰ : গোৱালপাৰাৰ লক্ষীপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Drugs peddler arrested along with drugs)

ইটাখুলিৰ পৰা জব্দ বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন।

লক্ষীপুৰৰ নিদানপুৰ গাঁৱৰ দুই ড্ৰাগছ ব্যৱসায়ীক আটক।

আটক নাজিৰ হুছেইন আৰু আনিছুল আলী।

লগতে পঢ়ক :Drugs peddler arrested along with drugs: ড্ৰাগছৰ বিৰুদ্ধে প্ৰতাপ দাসৰ নিৰৱচ্ছিন্ন অভিযান