Prisoner takes own life in District Jail:অভয়াপুৰী জিলা কাৰাগাৰত আচামীৰ আত্মহনন
অভয়াপুৰী,২৯ডিচেম্বৰ : অভয়াপুৰী জিলা কাৰাগাৰত আত্মহত্যাৰ ঘটনা।
চিপ লৈ আত্মহনন এগৰাকী আচামীৰ
আচামীজন চিৰাঙ জিলাৰ আমগুৰীৰ ঈশান নাৰ্জাৰী (৭৮) বুলি জানিব পৰা গৈছে(Prisoner takes own life in District Jail)।
POCSO গোচৰত দীৰ্ঘদিন ধৰি কাৰাবাস খাটি আছিল আচামীজনে।
লগতে পঢ়ক :Devastating fire at Digboi:বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৬ টাকৈ বাসগৃহ