Drugs peddler arrested along with drugs:মঙলদৈত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক
মঙলদৈ,২৮ডিচেম্বৰ : মঙলদৈ আৰক্ষীৰ সফলতা।
মঙলদৈত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন যুৱকক ।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে যুৱকজনক(Drugs peddler arrested along with drugs)।
গুৱাহাটীৰ পৰা অহা আলট্ৰা বাছ এখনত তালাচী চলাই গ্ৰেপ্তাৰ কৰে নিজ খাৰুপেটিয়াৰ নিজাম আলি নামৰ লোকজনক। নিজামৰ পৰা তিনিটা চাবোন কেছত প্ৰায় 32 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। যাৰ বজাৰ মূল্য কেইবালাখ টকা।