Man goes Missing :সোণাৰি চাহ বাগিচাৰ পৰা পুনৰ নিৰুদ্দেশ দুজনকৈ লোক

নিউজ ডেস্ক,২৪ডিচেম্বৰ : কলিয়াবৰত পুনৰ নৰখাদক বাঘক লৈ আতংক।
সোণাৰি চাহ বাগিচাৰ পৰা পুনৰ নিৰুদ্দেশ দুজনকৈ লোক(Man goes Missing)।
শনিবাৰৰ বিয়লি পৰা সন্ধানহীন লক্ষীৰাম ভূমিজ নামৰ লোকজন। ইফালে ২৪ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন মহাদেও ভূমিজ।
গৰু আৰু খৰি লুৰিবলৈ যোৱাৰ পৰাই সন্ধানহীন হয় লোক দুজন
বহু বিচাৰ-খোচাৰৰ অন্ততো সন্ধান পোৱা নাই লোক দুজনৰ। সন্ধানহীন লোক দুজন বনৰজাৰ চিকাৰৰ বলি হোৱাৰ সন্দেহ ৰাইজৰ।
লগতে পঢ়ক :Ambulance Accident in Jorhat:যোৰহাটত এম্বুলেন্স বাহন দুৰ্ঘটনাগ্ৰস্ত