Rapido Driver, Woman Killed in Accident at Flyover:গুৱাহাটী মহানগৰীত হিট এণ্ড ৰানৰ ঘটনা
নিউজ ডেস্ক,২৩ডিচেম্বৰ : গুৱাহাটী মহানগৰীত হিট এণ্ড ৰানৰ ঘটনা ৷
গুৱাহাটীৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা
দুৰ্ঘটনাত ৰেপিড’ বাইকৰ চালকসহ যুৱতীৰ মৃত্যু ৷ দুৰ্ঘটনাত ৰেপিডোৰ এজন চালক আৰু যাত্ৰীয়ে প্ৰাণ হেৰুৱাই(Rapido Driver, Woman Killed in Accident at Flyover)।
নিহত যুৱতীগৰাকী লামডিঙৰ প্ৰিয়া সোনাৰ বুলি জানিব পৰা গৈছে।
ছয়মাইলৰ জয়ানগৰত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী(Tragic collision on Supermarket flyover claims two lives in Guwahati)।
ঠিতাটে দুৰ্ঘটনাটোত মৃত্যু হয় নলবাৰীৰ চাপলাকুছিৰ ২৪ বছৰীয়া ৰেপিডো চালক ৰঞ্জিত ৰাজবংশী ।
দুৰ্ঘটনা হোৱা মটৰ চাইকেল AS-01 BU 7601 সংঘৰ্ষত যথেষ্ট ক্ষতিসাধন হয়।
গুৱাহাটী মহানগৰীত হিট এণ্ড ৰানৰ ঘটনা ৷
ছুপাৰ মাৰ্কেটৰ পথ দুৰ্ঘটনাত দুগৰাকীৰ মৃত্যু ৷
দুৰ্ঘটনাত ৰেপিড’ বাইকৰ চালকসহ যুৱতীৰ মৃত্যু।