Local, Vocal, Global

Section 163 imposed in Dispur:ৰাজভৱনৰ ১কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত ১৬৩ ধাৰা জাৰি

নিউজ ডেস্ক,২৩ডিচেম্বৰ : ৰাজভৱনৰ ১কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত ১৬৩ ধাৰা জাৰি।

কংগ্ৰেছৰ প্ৰতিবাদৰ পাছৰে জাৰি কৰিলে ১৬৩।

DCP অমিতাভ বসুমতাৰীয়ে জাৰি কৰিলে এই নিৰ্দেশনা ।

সমৱেত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক(Guwahati police enforces prohibitory order to bolster security around Raj Bhawan)

কৰিব নোৱাৰিব কোনোধৰণৰ প্ৰতিবাদ,সমদল।

অনুমতিবিহীনভাৱে ৰাজভৱনৰ চাৰিওফালে বাহনৰ বা ব্যক্তিৰ চলাচল নিষিদ্ধ(Section 163 imposed in Dispur)।

সীমাবদ্ধ এলেকাৰ ভিতৰত লাউডস্পীকাৰ,আতচবাজী নিষিদ্ধ।

লগতে পঢ়ক :Road Accident in Jorhat: যোৰহাট দিল্লী পাব্লিক স্কুলৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা