Section 163 of Indian Civil Defense Code imposed in Guwahati:গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি
নিউজ ডেস্ক,১৯ডিচেম্বৰ : পুনৰ প্ৰতিবাদৰ ভয়ত ত্ৰস্তমান মহানগৰ আৰক্ষী।
গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি।
কোনো স্থানত সমৱেত হ’ব নোৱাৰিব ৫জনতকৈ অধিক লোক।
প্ৰতিবাদ ৰাজধানী চৌহদৰ এক কিঃমিঃ ব্যাসাৰ্ধ কৰিব নোৱাৰিব প্ৰতিবাদ(Section 163 of Indian Civil Defense Code imposed in Guwahati)।
বুধবাৰৰ ঘটনাৰ পাছতে সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ মহানগৰ আৰক্ষীৰ।
ৰাজধানীৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ তীক্ষ্ণ নজৰ ।
আৰক্ষীৰ কন্দুৱা গেছত প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ মৃত্য়ুক লৈ অধিক সতৰ্ক আৰক্ষীৰ।