Goat thief’s vehicle met with an accident: ছাগলী চোৰৰ বাহন দূৰ্ঘটনাগ্ৰস্ত
নিউজ ডেস্ক,১৭ডিচেম্বৰ : হাজোৰ ৰামদিয়া হীৰাপাৰাত ছাগলী চোৰৰ বাহন দূৰ্ঘটনাগ্ৰস্ত।
বাহৰ সাকো ভাগি তলত পৰিল Baleno বাহন(Goat thief’s vehicle met with an accident)।
বাহনখনৰ নম্বৰ As 01 FF 2482।
দুৰ্ঘটনাগ্ৰস্ত বাহন এৰি পলাল ছাগলী চোৰ।
গাড়ীৰপৰা উদ্ধাৰ দুটা চুৰি ছাগলী।
লগতে পঢ়ক :Mangaldoi Protest:ৰাজ্যজোৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী