Local, Vocal, Global

Kanak Gogoi resigned form AASU :আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কনক গগৈৰ আছু ত্যাগ

নিউজ ডেস্ক,১৬ডিচেম্বৰ : আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কনক গগৈৰ আছু ত্যাগ।

পদত্যাগ পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকলৈ(Kanak Gogoi resigned form AASU)।

অতি শীঘ্ৰে শংকৰজ্যোতি বৰুৱাৰ ঘনিষ্ঠ কেইবাগৰাকীয়েও আছু ত্যাগ কৰাৰ সম্ভাৱনা।

লগতে পঢ়ক :Massive fire breaks out in Jamugurihat:বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান