Tragic incident:নদীত পৰিল যাত্ৰীবাহী বাছ;আহত ৪জন,সন্ধানহীন এজন
নিউজ ডেস্ক,১৬ডিচেম্বৰ : লাহোৱালৰ চেঁচা দলঙত ভয়ংকৰ অঘটন।
চেঁচা নদীত পৰিল এখন বাহন।
এতিয়াও গাড়ীৰ ভিতৰত এজন যাত্ৰী আবদ্ধ হৈ থকাৰ সন্দেহ।
বৰ্তমানেও সন্ধানহীন ঈশান গগৈ(Tragic incident)।
বিয়াৰ কইনা থবলৈ গৈ ঘূৰি আহোতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।
টেঙাখাটৰ তামুলীখাটত কইনা থবলৈ গৈছিল আটাইকেইজন।
৪গৰাকী যাত্ৰীৰ আৱস্থা অতি সংকটজনক।
আঘাতপ্ৰাপ্ত চাৰিওগৰাকীক AMCH লৈ প্ৰেৰণ।
আৱদ্ধজনক উদ্ধাৰ চেষ্টা লাহোৱাল আৰু ঘোঁৰামৰা আক্ষীৰ।
লগতে পঢ়ক :Road Accident in Gogamukh: টাটা চুমু আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতেই নিহত এজন