Road Accident in Gogamukh: টাটা চুমু আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতেই নিহত এজন
ধেমাজি,১৬ডিচেম্বৰ : গোগামুখত ভয়ংকৰ পথ দুৰ্ঘটনা।
সোমবাৰে পুৱা প্ৰায় ৭ মান বজাত গোগামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰঙাজানত টাটা চুমু আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।
সংঘৰ্ষত থিতাতেই নিহত হয় এজন।নিহত লোকজন বিকাশ চেহেনি।নিহত বিকাশ চেহেনিৰ ঘৰ উত্তৰপ্ৰদেশৰ হাৰিয়ানা বাহাদুৰনগৰন
বুলি জানিবলৈ পৰা(Road Accident in Gogamukh)।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক :Sivsagar News: শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত দহ হেজাৰ এশ গৰাকী আয়তীৰ দিহানাম