Local, Vocal, Global

Dr. Himanta Biswa Sarma :বোকাখাতত পুৰী-ভাজি আৰু পেৰাৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্ক,১৫ডিচেম্বৰ : বোকাখাতত পুৰী-ভাজি আৰু পেৰাৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই( Dr. Himanta Biswa Sarma)।

বোকাখাত বুলিলেই মনলৈ আহে কলগছৰ পাতত পুৰী-ভাজি আৰু পেৰা খোৱাৰ আনন্দ৷ বোকাখাতৰ মাজেৰে যোৱা আৰু এই সোৱাদ নোলোৱাকৈ থকা যাত্ৰী হয়তো কমেই ওলাব৷ বোকাখাতৰ এই দুই খাদ্যৰ জনপ্ৰিয়তা কাহানিও ম্লান হোৱা নাই৷আজি গোলাঘাটৰ পৰা গুৱাহাটীলৈ ওভতনি যাত্ৰাৰ সময়ত গোপাল কৃষ্ণা হোটেলত পুৰী-ভাজি আৰু পেৰাৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক :Dr. Banikanta Kakati award : ডঃ বাণীকান্ত কাকতি মেধা বঁটাক লৈ নতুন নিয়ম