Local, Vocal, Global

Road Accident in Doboka:নিয়ন্ত্ৰণ হেৰুৱাই ১২ চকীয়া বাহনৰ খুন্দা ট্ৰাকত,নিহত এজন,আহত এজন

ডবকা,১৪ডিচেম্বৰ : কঠিয়াতলি ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনাত।

ৰেংবেং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰনীয়া সেতুৰ ওপৰত ৰৈ থকা ১২ চকীয়া AS01-QC7326 নম্বৰৰ ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা AS01-SC5817 নম্বৰৰ ট্ৰাকত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় চলন্ত ট্ৰাক খনৰ চালকজন।নিহত চালকজন গিয়াছ উদ্দিন বুলি জানিব পৰা গৈছে।

নিহত চালক জনৰ ঘৰ ডবকা বগুৰিত।আনহাতে গুৰুতৰভাৱে আহত হয় এজন। আহত লোকজন মানিক উদ্দিন বুলি জানিব পৰা গৈছে । আহত মানিক উদ্দিনক ডবকা লাইফ কেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয়(Road Accident in Kachua)।

শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :Road Accident in Kachua:নম্বৰ বিহীন জেচিবি আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ,আহত গৰ্ভৱতী মহিলাসহ শিশু