Local, Vocal, Global

SP Karbi Anglong, Sanjeev Saikia stayed in Bokajan overnight :বোকাজানত নিশা কটালে কাৰ্বি আংলঙৰ SP সঞ্জীৱ কুমাৰ শইকীয়াই

বোকাজান,১৪ডিচেম্বৰ : বোকাজানত এটা নিশা কটালে কাৰ্বি আংলঙৰ SP সঞ্জীৱ কুমাৰ শইকীয়াই। জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বেঙেনাবিলত নিশা কটাই SP গৰাকীয়ে ।

অসম-নাগালেণ্ড সীমান্তৰ ভিতৰুৱা অঞ্চলৰ লোকসকলৰ আইন তথা আৰক্ষীৰ প্ৰতি থকা অভাৱ অভিযোগসমূহ নিৰীক্ষণ কৰিবলৈয়ে নিশাটো কটালে বোকাজানৰ বেঙেনাবিলত । বেঙেনাবিলৰ গোপাল চেত্ৰী নামৰ লোকজনৰ ঘৰতেই নিশাটো কটায় SP গৰাকীয়ে। সন্ধিয়াৰ ভাগত সীমান্তৱৰ্তী গাঁওখনৰ গঞাৰ সৈতেও মত বিনিময় কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে(SP Karbi Anglong, Sanjeev Saikia stayed in Bokajan overnight)।

লগতে পঢ়ক :Man goes Missing :জাগীৰোড আমলিঘাটৰ ভাই ভাই দুগ্ধ সমবায় সমিতিৰ সম্পাদক নিৰুদ্দেশ