Local, Vocal, Global

Sivsagar News:ONGCত পুনৰ বহিৰাগত বিষয়াৰ অতপালি

শিৱসাগৰ,১০ডিচেম্বৰ: ONGCত পুনৰ বহিৰাগত বিষয়াৰ অতপালি৷

এগৰাকী অসমীয়া মহিলাক অপদস্থ কৰাৰ অভিযোগ ONGC বিষয়াৰ।

এটা শিক্ষা প্ৰকল্পৰ বাবে CSRৰ অধীনত পুঁজিৰ আবেদন লৈ গৈছিল মহিলাগৰাকী।

তাতেই ক্ষুণ্ণ হৈ বিষয়াজনে দুৰ্ব্যৱহাৰ কৰে মহিলাগৰাকীক(Sivsagar News)।

অসমীয়া জাতিক ধৰিও অশ্লীল গালি-গালাজ কৰাৰ অভিযোগ।

বিষয়াজন ONGCৰ CSRৰ DGM দুৰ্গেশ ভাটিয়া৷

অসমীয়া মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ দল সংগঠন।

লগতে পঢ়ক:Assam Observes Swahid Divas Across the State: মুছলপুৰত পালন শ্বহীদ দিৱস পালন