Local, Vocal, Global

Road Accident in Moirabari:দ্ৰুতবেগত আহি থকা ই-ৰিক্সা বাগৰি পৰিল দ খাৱৈত

নিউজ ডেস্ক,১০ডিচেম্বৰ : মৈৰাবাৰীত পথ দুৰ্ঘটনা।

দ্ৰুতবেগত আহি থকা ই-ৰিক্সা বাগৰি পৰিল দ খাৱৈত।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইবাজনো ছাত্ৰ-ছাত্ৰী(Road Accident in Moirabari)।

সংকটজনক অৱস্থাত তিনি ছাত্ৰীক নগাঁৱলৈ প্ৰেৰণ।

দুৰ্ঘটনাচ পাছতে পলায়ন কৰে ই-ৰিক্সা চালকে।

আঘাতপ্ৰাপ্ত ছাত্ৰীকেইগৰাকী মুছকান খাতুন,নিলোফ খাতুন,হেনা বেগম,আকতাৰা টাবাছোম আৰু হাছবিনা ছুলতানা।

লগতে পঢ়ক :SM Krishna passes away:কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এছ এম কৃষ্ণাৰ দেহাৱসান