Local, Vocal, Global

Tragic Road accident in Barpeta :নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা স্কৰপিঅ’ৰ;নিহত দুজন,আহত দুজন

নিউজ ডেস্ক,১০ডিচেম্বৰ : বৰপেটাৰ হাউলীৰ মৌটুপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা(Tragic Road accident in Barpeta)।

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰৰমাজত থকা গছত খুন্দা স্কৰপিঅ’ বাহনৰ ।

দুৰ্ঘটনাত থিতাতে নিহত দুজন।

নিহত লোক দুজন বিপুল কৃষ্ণ দাস আৰু সূৰ্য তালুকদাৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন লোক।

লগতে পঢ়ক :World Human Rights Day 2024:আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস