Daily Horoscope for 10th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া।আপুনি আজি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত লাভজনক।
বৃষ: কৰ্মত লাভদায়ক। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত সুফল।
মিথুন: আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব।
কৰ্কট: প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ আনৰ প্ৰতি দয়া-মমতা বাঢ়িব। শিক্ষাৰ্থীৰ শুভ।
সিংহ: ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব।
কন্যা: মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। উদাৰতা, সৰলতা বৃদ্ধিৰ যোগ।
তুলা: কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন। বৈবাহিক দিশত শুভফল লাভ কৰিব।
বৃশ্চিক: ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ।
ধনু: প্ৰেমত শুভ। ৰাজনীতিত উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ।
মকৰ: শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। সহযোগীৰ পৰা সহায়ৰ যোগ।
কুম্ভ: কৰ্মত উন্নতি। সামাজিক কাম-কাজৰ লগত জড়িতসকলে সফলতাৰ সন্মুখীন হ’ব। খৰচ বাঢ়িব পাৰে।
মীন: সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব।