Sensational incident:ভিনিহিয়েকৰ হাতত প্ৰাণ গ’ল খুলশালিয়েকৰ

নিউজ ডেস্ক,৪ডিচেম্বৰ : বিহপুৰীয়াৰ বঙালমৰাত নৃশংস হত্যাকাণ্ড
বঙালমৰাত ভিনিহিয়েকৰ হাতত প্ৰাণ গ’ল খুলশালিয়েকৰ
ভিনিহিয়েকে ডেগাৰেৰে হানি-খুঁচি হত্যা কৰিলে খুলশালিয়েকক(Sensational incident)
ভিনিহিয়েকে আক্ৰমণৰ মৃত্যু সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ এমদাদুল ইছলামৰ
আক্ৰণত গুৰুতৰভাৱে আহত আন দুগৰাকী লোক
আহত লোক দুজন হেদাইতুল ইছলাম আৰু কুৰ্চিয়া খাতুন
আহতসকলত চিকিসাৰ বাবে LMCH ত ভৰ্তি
পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে হত্যাকাৰী উস্তৰ আলীয়ে
লগতে পঢ়ক :Sipajhar News:ছিপাঝাৰৰ ঘোপেলীত বিলুপ্তপ্ৰায় “সাউৰী খোৱা” উৎসৱ