Local, Vocal, Global

Sensational incident: চাপৰৰ চম্পাৱতী নৈৰ বালিৰ মহলত অঘটন

চাপৰ,২৫নৱেম্বৰ : চাপৰৰ বহলপুৰস্থিত চম্পাৱতী নৈৰ বালিৰ মহলত অঘটন।

বালিৰ মহলদাৰে খান্দি থোৱা গাঁতত পৰি নিহত শিশু।

নিহত শিশুটি সাইদ আলীৰ দ্বিতীয় পুত্ৰ ১২ বছৰীয়া আশ্ৰাফুল ইছলাম বুলি জানিব পৰা গৈছে(Sensational incident)।

নিহত শিশুটিৰ ঘৰ কায়থপাৰা প্ৰথমখণ্ডত।

মহলদাৰৰ গাফিলতিৰ ফলত উক্ত ঘটনাটোত সংঘটিত হোৱাৰ অভিযোগ।

ঘটনাস্থলীত চাপৰ আৰু বইটামাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানা লৈ যায়।

উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক :HSLC 2025 examination schedule released: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা