Local, Vocal, Global

Raas Mahotsav 2024: কংসৰ ভাৱত অভিনয় বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,২৪নৱেম্বৰ: কংসৰ ভাৱত অভিনয় বিধায়ক পদ্ম হাজৰিকাৰ।

শোণিতপুৰৰ বালিপৰাত হোৱা সাৰ্ৱজনীন ৰাস মহোৎসৱত কংসৰ চৰিত্ৰৰ ভাও দি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মোহিলে দৰ্শকক(Raas Mahotsav 2024)।

বালিপৰা-চাৰিদুৱাৰ আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সাৰ্ৱজনীন ৰাস মহোৎসৱত বিধায়ক পদ্ম হাজৰিকাই খাইলাখ কংসৰ ৰূপত অৱতীৰ্ণ হৈ সাৱলীল অভিনয় প্ৰদৰ্শন কৰি হেজাৰ হেজাৰ দৰ্শক ৰাইজ মন জয় কৰা পৰিলক্ষিত হয়৷

লগতে পঢ়ক:10 houses gutted in massive fire: ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত ১০টাকৈ বাসগৃহ