Assam By-election Results 2024:বিহালীত জয়লাভ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ

নিউজ ডেস্ক,২৩নৱেম্বৰ: ৰাজ্যৰ ৫ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো সমষ্টিৰ ফলাফল
বিহালীত জয়লাভ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে(Assam By-election Results 2024)।
৮,৬১১টা ভোটৰ ব্যৱধানত জয়লাভ দিগন্ত ঘাটোৱালৰ
এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে।
লগতে পঢ়ক :Assam By-election Results 2024: ধলাইত অন্ত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা