Local, Vocal, Global

Assam By-election Results 2024: ধলাইত অন্ত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা

নিউজ ডেস্ক,২৩নৱেম্বৰ : ধলাইত অন্ত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনা।

১৫টা ৰাউণ্ডত সমষ্টিটোত হ’ব ভোট গণনা ।

সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা ২৯,২৩৪টা(Assam By-election Results 2024)।

কংগ্ৰেছে লাভ কৰা মুঠ ভোটৰ সংখ্যা ২৪২৭২টা ভোট।

বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস ষষ্ঠ পৰ্যায়ৰ ভোট গণনাৰ অন্তত আগবাঢ়ি আছে ৪,৯৬২টা ভোটৰ ব্যৱধানত।

লগতে পঢ়ক: Assam By-election Results 2024:বিহালীত অন্ত ১০টা ৰাউণ্ডৰ ভোটগণনা