Local, Vocal, Global

Assam By-election Results 2024:বিহালীত অন্ত ১০টা ৰাউণ্ডৰ ভোটগণনা

নিউজ ডেস্ক,২৩নৱেম্বৰ : বিহালীত অন্ত ১০টা ৰাউণ্ডৰ ভোটগণনা। তিনিটা ৰাউণ্ডৰ বাকী আছে ভোটগণনা।

বিহালীৰ ১০ টা ৰাউণ্ডৰ অন্তত সমষ্টিটোত ৮, ১৫৫টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল। তেওঁ ১০ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ৩৯, ৯৪৭টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে(Assam By-election Results 2024)।

কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই ৩১,৭৯২টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে। চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে ৪,২২৯টা ভোট লক্ষ্যণীয়ভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে ৯২৬টা ভোট লাভ কৰিছে।

লগতে পঢ়ক :Assam By-election Results 2024: বিহালীত কোনে মাৰিব শেষ হাঁহি, কাৰ দখললৈ যাব বিহালী সমষ্টি