Local, Vocal, Global

Road Accident in Bajali:ৰাস চাই ঘৰলৈ উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা;নিহত ৫জন

নিউজ ডেস্ক,২৩নৱেম্বৰ : বজালীৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰখাই থোৱা ট্ৰাকত তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা(Road Accident in Bajali)।

থিতাতে নিহত বাহনখনত থকা ৫জনকৈ যাত্ৰী।

নিশা ৰাস চাই ঘৰলৈ উভতি অহাৰ পথত এই ভয়ংকৰ দুৰ্ঘটনা।

লগতে পঢ়ক :Election Results 2024:পুৱা ৮ বজাৰ পৰা আৰম্ভ মহাৰাষ্ট্ৰ-ঝাৰখণ্ডত ভোটগণনা;মহাৰাষ্ট্ৰ-ঝাৰখণ্ডত কোনে গঠন কৰিব চৰকাৰ ?