Assam government renames Karimganj district as Sribhumi:সলনি হ’ব কৰিমগঞ্জ জিলাৰ নাম
নিউজ ডেস্ক,২০নৱেম্বৰ : সলনি হ’ব কৰিমগঞ্জ জিলাৰ নাম। কৰিমগঞ্জৰ নতুন নাম হ’ব শ্ৰীভূমি।মঙলবাৰে সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam government renames Karimganj district as Sribhumi)।
মুখ্যমন্ত্ৰীয়ে কয়, ১০০ বছৰ পূৰ্বে ‘কবিগুৰু’ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ জিলাক ‘শ্ৰীভূমি’ বুলি বৰ্ণনা কৰিছিল। অৰ্থাৎ মা লক্ষ্মীৰ ভূমি। আজি অসম কেবিনেটে আমাৰ মানুহৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে।
লগতে পঢ়ক:AR Rahman Divorce:বিয়াৰ ২৯ বছৰৰ পিছত এ আৰ ৰহমান আৰু চাইৰা বানুৰ বিচ্ছেদ