ৰাতি হ’লে কিয় বন্ধ হৈ পৰে জৰুৰীকালীন ১০৮ সেৱা ?
নিউজ ডেস্ক,১৯নৱেম্বৰ : ৰাতি হ’লে কিয় বন্ধ হৈ পৰে জৰুৰীকালীন ১০৮ সেৱা ?
কাৰ গাফিলতিৰ ফল ভুগিছে অসমৰ সাধাৰণ জনতাই ?
মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰজেক্ট এতিয়া FLOP
২৪ ঘন্টাই কিয় সক্ৰিয় হৈ নাথাকে জৰুৰীকালীন ১০৮ এম্বুলেন্স ?
যোৰহাটত সংবাদমেলত ফাদিল কৰিলে বিভাগটোৰ গুৰুত্বপূৰ্ণ তথ্য
লগতে পঢ়ক :Tiger terror at Kaliabor: কলিয়াবৰত বনৰজাৰ সন্ত্ৰাস