Local, Vocal, Global

Chapar News: চাপৰ চিকিৎসালয়ত নাভুত-নাশ্ৰুত ঘটনা

চাপৰ,১৭নৱেম্বৰ : চাপৰ চিকিৎসালয়ত নাভুত-নাশ্ৰুত ঘটনা।

ম্যাদ উকলি যোৱা চেলাইন দিলে ৰোগীক।

ৰিতা জছোৱাৰা আৰু বেলি চৌধুৰী নামৰ নাৰ্চ দুগৰাকী নাৰ্ছৰ কৰ্তব্যৰ মাজতে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা।

ম্যাদ উকলি যোৱা চেলাইন লৈ অসুস্থ ৰোগী(Chapar News)।

চাপৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গা এৰা মনোভাৱ।

ৰোগীক লৈ চাপৰ চিকিৎসালয়ে খেলিছে হেতালী।

চাপৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট সাহজাহান সেখৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

লগতে পঢ়ক :Two men killed by colleague in Nagaon:বেলনা মাৰীৰে কোবাই হত্যা সহকৰ্মীক