Massive fire breaks out in Cachar: কাছাৰৰ কালাইনত অগ্নিকাণ্ড
নিউজ ডেস্ক,১৭নৱেম্বৰ : কাছাৰৰ কালাইনত নিশা অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত কালাইন বজাৰৰ ৪ খনকৈ দোকান।
ক্ষতিসাধন কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ(Massive fire breaks out in Cachar)।
শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ।
লগতে পঢ়ক :Road Accident in Rowta: বাইক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত এজন