Road Accident in Rowta: বাইক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত এজন

নিউজ ডেস্ক,১৭নৱেম্বৰ : ৰৌতাৰ লালপুলত পথ দুৰ্ঘটনা। লালপুলত বাইক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত থিতাতে নিহত এজন যুৱক(Road Accident in Rowta)।
নিহত যুৱকজন ৰৌতাৰ আমিনপাৰাৰ আছপ আলী বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী।
লগতে পঢ়ক :Massive fire breaks out in Silapathar:চিলাপথাৰৰ মাজমজিয়াত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড