Daily Horoscope for 16th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ দিনটো ফলপ্ৰসূ হ’ব ৷ আৰ্থিক আৰু বিনিয়োগ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰিব ৷
বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ উদ্বেগ আৰু চাপমুক্ত হ’ব পাৰে ৷
মিথুন ৰাশি: আজি আপুনি বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত আনন্দৰে সময় কটাওক ৷ সামাজিক কাম কৰক ৷
কৰ্কট ৰাশি: আজি আপোনাৰ বৃহৎ পৰিমাণে আৰ্থিক লাভ হ’ব পাৰে ৷ পেচাদৰীসকলৰ বাবে পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি: পেটৰ অসুখ হ’ব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ৷ আৰ্থিক দুখৰ পৰা মুক্তি লাভ কৰিব ৷
কন্যা ৰাশি: সমস্যা জৰ্জৰিত হ’ব ৷ মন, শৰীৰ আৰু আত্মা সুখত থাকিব ৷ ব্যক্তিগত দিশটো অলপ কঠিন হ’ব ৷ মাতৃৰ শৰীৰৰ অৱনতি হ’ব ৷ পানীৰ পৰা আঁতৰি থাকক ৷
তুলা ৰাশি: নতুন প্ৰকল্প বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ মধ্যাহ্নৰ পিছত, শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে ৷
বৃশ্চিক ৰাশি: দিনটোৰ আৰম্ভণি ভাল নহ’বও পাৰে৷ কামৰ বোজা বৃদ্ধি পাব ৷ ধৈৰ্য ধৰক ৷ কাজিয়া আৰু অৰ্থহীন তৰ্কৰ পৰা বিৰত থাকক ৷ শান্ত হৈ থাকক ৷
ধনু ৰাশি: আজি আপুনি সুখ আৰু সন্তুষ্টি লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ ঘৰত পৰিস্থিতি জটিল হ’ব ৷
মকৰ ৰাশি: সতৰ্ক আৰু সাৱধান হৈ থকা উচিত ৷ আইনী বিবাদৰ সাক্ষী হ’ব ৷
কুম্ভ ৰাশি: সামাজিক আৰু আৰ্থিক ক্ষেত্ৰত বিকাশৰ ৰূপত পৰিণাম লাভ কৰিব ৷ ব্যয় বেছি হ’ব ৷ আইনী সমস্যাৰ লেনদেন কৰোতে যত্ন লওক ৷
মীন ৰাশি: শুভ দিন ৷ সকলো দিশতে লাভাম্বিত হ’ব ৷ সন্মান বৃদ্ধি ৷ আৰ্থিক আৰু পেচাদাৰী দিশত পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ দিনটো সুখ, শান্তি আৰু সন্তুষ্টিৰে পাৰ হ’ব ৷