Daily Horoscope for 8th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজি দিনটো আপোনাৰ বাবে শুভ ৷ ঘৰ আৰু কাৰ্যালয়ৰ সকলোৰে সহযোগিতাই আনন্দিত কৰিব ৷ আপোনাৰ ঘৰলৈ মাতৃৰ আগমন হ’ব ৷
বৃষ ৰাশি: আজি দিনটো আপোনাৰ বাবে মধ্যমীয়া । আজি আপুনি কথা কওতে অলপ সাৱধান হ’ব ৷আপুনি খোজ কাঢ়োতে সাৱধান হ’ব ৷ শৰীৰটোৰ যত্ন লওক ৷
মিথুন ৰাশি: ভগৱান গণেশৰ আপোনাৰ দিনটো মধ্য়মীয়া ৷আজি আপুনি ভালপোৱা আৰু কষ্টৰ ফল লাভ কৰিব ৷আপোনাৰ সংগীৰ লগত আপোনাৰ সম্পৰ্ক স্থায়ী হ’ব ৷
কৰ্কট ৰাশি: আজিৰ দিনটো সহজভাৱে পাৰ হ’ব ৷ কামৰ বোজা সাধাৰণ হ’ব ৷ কষ্টৰ ফল লাভ কৰিব ৷ মানসিকভাবে শান্তি লাভ কৰিব ৷
সিংহ ৰাশি: গণেশ ভগৱানৰ কৃপাত আজিৰ দিনটো আপোনাৰ বাবে উত্তম৷ কৰ্মক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰা কষ্টৰ ফল লাভ কৰিব ৷ পূৰ্বৰ নিৰ্ধাৰিত কোনো আলোচনাৰ পৰা আপুনি উপকৃত হ’ব ৷
কন্যা ৰাশি: কোনো নতুন কাৰ্য আৰম্ভ কৰাৰ উপযুক্ত সময় ৷ কামত মনোযোগ দিয়ক, কিন্তু তাৰ লগে লগে শৰীৰৰ যত্ন লওক ৷ ধন আৰু সম্পৰ্কৰ বিষয়ত চকু দিয়ক ৷ নতুনকৈ আৰম্ভ কৰিব লগা কামৰ পৰা আঁতৰি থাকক ৷
তুলা ৰাশি: ভগৱান গণেশে সুখেৰে ভৰা দিন৷ আপোনাৰ পুৰণি বন্ধু বা আপুনি ভাল পোৱা ব্যক্তিসকলৰ সান্নিধ্যই আপোনাক উৎসাহিত কৰিব ৷ প্ৰেমৰ বাবে সঠিক সময় ৷ আপুনি সু-স্বাস্থ্য আৰু শান্তিত থাকিব ৷
বৃশ্চিক ৰাশি: ঘৰৰ পৰিৱেশ অনুকুল হ’ব ৷ শৰীৰ ভালে থাকিব৷ মানসিক শান্তি বৃদ্ধি হ’ব ৷ প্ৰচুৰ ধনৰ আগমন ঘটিব ৷
ধনু ৰাশি: দূৰ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন ৷ খঙৰ ওপৰত সংযম ৰাখক ৷ গম্ভীৰ আলোচনাৰ পৰা পৰিত্ৰান পাব ৷
মকৰ ৰাশি: শাৰিৰীকভাবে দূৰ্বল অনুভব কৰিব ৷ উদ্দেগ আৰু কৰ্মবিমুখ কৰি তুলিব ৷ চিন্তাৰ বাবে নিদ্ৰাহীনতাত ভূগিব পাৰে ৷ অলপ বুকুৰ বিষ বা পেট জ্বলা পোৰা সমস্যাত ভূগিব পাৰে ৷
কুম্ভ ৰাশি: সময় আপোনাৰ বিপৰীতে বৈ আছে ৷ পৰিয়াল, ভাতৃ বা বন্ধুৰ সানিধ্যই আপোনাক পূণৰ উজ্জীৱিত কৰি তুলিব ৷
মীন ৰাশি: খৰচৰ ক্ষেত্ৰত সাৱধান হওক ৷ কাৰো পৰা ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকক ৷ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত উগ্ৰতা পৰিহাৰ কৰক ৷