Local, Vocal, Global

State Government Suspends Five ACS Officers: ৰাজ্য়ৰ ৫ ACS বিষয়াক নিলম্বন

নিউজ ডেস্ক,৬নৱেম্বৰ : ৰাজ্য়ৰ ৫ ACS বিষয়াক নিলম্বন।

নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত ৰাজ্যৰ ৫ ACS বিষয়াক নিলম্বন(Assam: State Government Suspends Five ACS Officers)।

নিলম্বন কৰা হয় ACS সুৰোজ কুমাৰ ডেকা, ACS কাব্যশ্ৰী দিহিঙীয়া, ACS কংকনজ্যোতি শইকীয়া, ACS পৰিস্মিতা দিহিঙীয়া, ACS জিণ্টু শৰ্মাক নিলম্বন।

জানিব পৰা মতে, বদলিৰ নিৰ্দেশৰ পাছতো যোগদান কৰা নাছিল নতুন কৰ্তব্যস্থলীত।

লগতে পঢ়ক :Farmer killed in elephant attack in Boko : বকোত বন্যহস্তীৰ আক্ৰমণত মৃত্যু কৃষকৰ