Local, Vocal, Global

Baksa News: এফালে নাম-প্ৰসংগ আনফালে জুৱাৰ ৰমৰমীয়া বেহা

বাক্সা,৫নৱেম্বৰ: এফালে নাম-প্ৰসংগ আনফালে জুৱাৰ ৰমৰমীয়া বেহা।উৎসৱৰ বতৰ। জুৱা খেল হ’ব।

কালি পূজাৰ গইনা লৈ অবৈধ জুৱা খেলৰ ৰমৰমীয়া বেহা।উৎসৱৰ বতৰৰ গইনা লৈছে নেকি ৰাজ্যৰ একাংশই । বজালী আৰু বাক্সা সীমামূৰীয়া গৰেমাৰীত কালি পূজাৰ গয়না লৈ অবৈধ জুৱা খেলৰ বেহ ।

খবৰ অনুসৰি ৫ দিনীয়া বনাৰ্ধ্য কাৰ্যসূচীৰে পালন কৰা কালি পুজাৰ অবৈধ জুৱা খেলক ৰক্ষনা-বেক্ষন দিছে আৰক্ষীয়ে(Baksa News)।
চাওক কিদৰে ৰক্ষণা বেক্ষণ দিছে এইটো আৰক্ষীৰ দলে?

সন্মুখৰ ফালে চলি আছে নাম-প্ৰসংগ আৰু পিছফালে চলি আছে ৰমৰমীয়া জুৱাৰ আড্ডা।

এতিয়া সচেতন জনতাৰ প্ৰশ্ন ।

সাধাৰণ জনতাক ৰক্ষনা বেক্ষন দিব নোৱাৰা স্মাৰ্ট আৰক্ষীয়ে এতিয়া ৰক্ষনা বেক্ষণ দিয়ে জুৱাৰীক।কেৱল জুৱাৰীয়ে স্মাৰ্ট আৰক্ষীক টকাৰে কিনি কেনেদৰে জুৱাৰীৰ পকেতত ৰাখিছে আপুনি এবাৰ প্ৰত্যক্ষ কৰক।ৰাইজৰ মোহভংগ হোৱা আৰক্ষী এতিয়া নামি পৰিছে জুৱা অনুষ্ঠিত কৰাত। এয়া আমাৰ কথা নহয় ,এয়া সাধাৰণ জনতাৰ ভাষ্য।

মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপোনাৰ গৃহ বিভাগৰ স্মাৰ্ট আৰক্ষী এতিয়া জুৱাৰীৰ পকেটত।কাৰ আশীৰ্বাদত, কিয় আৰু কেনেকৈ চলিছে জুৱা খেল?

লগতে পঢ়ক :Mangaldai News:পুত্ৰই মঞ্চত অভিনয়, নৃত্য গীত কৰি থকা সময়তে মৃত্যু পিতৃৰ