Truck Driver Electrocuted in Moran : মৰাণত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ট্ৰাকচালক
নিউজ ডেস্ক,২৮অক্টোবৰ :এক শোকাৱহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু চালকৰ ।
মৰাণত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনা।মৰাণত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ট্ৰাকচালকৰ । মৃত চালকজন পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,ট্ৰাকেৰে লাচিতনগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আনিছিল লোহা। ট্ৰাকৰ পৰা লোহা নমোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় আৰু চালকজনৰ মৃত্যু হয়(Truck Driver Electrocuted in Moran)।
একাংশ ব্যৱসায়ীৰ অমনোযোগিতাৰ বাবেই এই ঘটনা ঘটাৰ অভিযোগ। বিপদসংকুল স্থানত ট্ৰাক-ট্ৰেইলাৰ ৰখাই লোহা-টিন উঠোৱা-নমোৱা কৰাৰ বাবেই সংঘটিত হয় দুঘটনা।
লগতে পঢ়ক : Mysterious Death of Assam Youth :পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ