Local, Vocal, Global

Two dozen people die in bus crash in central Mexico : দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; নিহত ১৯জন

নিউজ ডেস্ক,২৭অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ।ফলত নিহত ১৯জনকৈ যাত্ৰী।

মেক্সিকোত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। মেক্সিকোৰ মধ্য ৰাজ্য জাকাটেকাছত দুখনকৈ বাহন দ খাৱৈত বাগৰি পৰে(Two dozen people die in bus crash in central Mexico)।

জানিব পৰা মতে,এখন ট্ৰেক্টৰৰ সৈতে যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হয়।ফলত দ খাৱৈত বাগৰি পৰে বাছখন।

দুৰ্ঘটনাত কৰুণ মৃত্যু ১৯ জনকৈ যাত্ৰীৰ । গুৰুতৰভাৱে আহত আন ৬ জন লোক।

লগতে পঢ়ক :Road Accident in Juria: জুৰীয়াত উদণ্ড বাইক চালকৰ দৌৰাত্ম্য