কি হ’ব এতিয়া মুস্তাফা কামাল আজহাৰীৰ?
নিউজ ডেস্ক,২৬অক্টোবৰ : কি হ’ব এতিয়া মুস্তাফা কামাল আজহাৰীৰ?
মুস্তাফা কামাল আজহাৰীক ইতিমধ্যে অমুছলিম বুলি ঘোষণা কৰা হৈছে ।
মুস্তাফা কামাল আজহাৰীক আটক কৰাৰ পাছতেই থানাৰ সন্মুখত শ শ লোকৰ প্ৰতিবাদ।
কোনো কাৰণতেই যাতে আকক্ষীয়ে এৰি নিদিয়ে এই দাবীৰে প্ৰতিবাদ।
লগতে পঢ়ক :Baba Siddique Murder: বাবা ছিদ্দিকী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ আন এজন অভিযুক্তক