Road Accident in Dudhnoir: অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহীৰ

নিউজ ডেস্ক,২৬অক্টোবৰ : দুধনৈত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী।
নিহত যুৱকজন কৃষ্ণাইৰ খোলাৰবড়ীৰ ৰোহিত সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে(Road Accident in Dudhnoir)।
এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন ।আহত যুৱকজন খোলাবড়ীৰ সঞ্জয় সূত্ৰধৰ।
লগতে পঢ়ক :Bismoi Founding Editor Shashi Phukan Passes Away : ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান