Tea factory employee kidnapped in Tinsukia : তিনিচুকীয়াৰ জাগুনত চাহ বাগিচাৰ মহৰীক অপহৰণ;উগ্ৰপন্থীৰ দলে অপহৰণ কৰাৰ সন্দেহ

নিউজ ডেস্ক,২৪অক্টোবৰ : তিনিচুকীয়াত অপহৰণকাণ্ড।
তিনিচুকীয়াৰ জাগুনত চাহ বাগিচাৰ মহৰীক অপহৰণ। ১০ মাইলস্থিত ৰাধা চেতিয়া চাহ বাগিচাৰ মহৰীক অপহৰণ(Tea factory employee kidnapped in Tinsukia)।
বুধাবৰে নিশা বাগিচাৰ কেম্পৰ পৰা অপহৰণ মহৰীজনক। অপহৰণ কৰা তিনিচুকীয়াৰ গৌতম বসুমতাৰী বুলি জানিব পৰা গৈছে।
অপহৃত গৌতম বসুমতাৰীৰ ঘৰ অৰুণাচলৰ খাৰচাঙত।
গৌতম বসুমতাৰীক কোনো উগ্ৰপন্থীৰ দলে অপহৰণ কৰাৰ সন্দেহ।
পূৰ্বেও আলফা (স্বাঃ)-এ অপহৰণ কৰিছিল গৌতম বসুমতাৰীক(Tea Factory Employee Kidnapped by Armed Gang, Ulfa (I) Suspected)।