Local, Vocal, Global

Haryana govt raises DA of govt employees: দীপাৱলীৰ পূৰ্বে বৃদ্ধি পালে DA!

নেশ্যনেল ডেস্ক,২৪অক্টোবৰ : ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ।

দীপাৱলীৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ।

বুধবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছেইনীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা ।

দীপাৱলীৰ পূৰ্বে BJP নেতৃত্বাধীন চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশকৈ DA বৃদ্ধি কৰিলে(Haryana govt raises DA of govt employees, pensioners by 3 pc)।

এতিয়াৰে পৰা ৰাজ্যৰ ৰাজ্যিক কৰ্মচাৰীয়ে ৫৩ শতাংশ DA লাভ কৰিব।

DA আৰু DR অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চনৰ লগতে জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ বাকী থকা ধন ডিচেম্বৰ মাহত দিয়া হ’ব(Haryana govt raises DA of govt employees)।

হাৰিয়ানা চৰকাৰে ৰাজ্য চৰকাৰীৰ অধীনৰ কৰ্মচাৰীৰ ৩ শতাংশকৈ DA বৃদ্ধি কৰিছে।

লগতে পঢ়ক :Raijor Dal Secretary Ratul Gogoi resigns: ৰাইজৰ দলৰ সম্পাদক ৰাতুল গগৈৰ পদত্যাগ