Local, Vocal, Global

Road Accident in Nagaon: প্ৰাতঃভ্ৰমণ লৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে

নগাঁও,২৪অক্টোবৰ: এক শোকাৱহ দুৰ্ঘটনা।নিহত এজন ।

নগাঁৱত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনাত।

জানিব পৰা মতে, প্ৰাতঃভ্ৰমণ লৈ যোৱা এগৰাকী লোকক মহতিয়াই লৈ যায় ট্ৰাকে ।

মৃত লোকজন নগাঁও টাউন ঈদগাহৰ সমীপৰ তাইজুল ইছলাম বুলি জানিব পৰা গৈছে(Road Accident in Nagaon)।

AS01RC9570 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে লোকজনক।

দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে ট্ৰাকখন আটক কৰে স্থানীয় ৰাইজে।

লগতে পঢ়ক :Tanzil hussain will file nomination on today : আজি কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে দাখিল কৰিব মনোনয়ন পত্ৰ