Local, Vocal, Global

AIUDF wont contest upcoming Samaguri by-polls :উপ -নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে AIUDF-য়ে

নিউজ ডেস্ক,২২অক্টোবৰ : সমাগত উপ-নিৰ্বাচন।উপ-নিৰ্বাচনক লৈ তৎপৰ শাসক বিৰোধী । কংগ্ৰেছক ৰুধিবলৈ সাজু দলসমূহ।

তাৰ মাজতে AIUDF ৰ ঘোষণা । আগন্তুক বিধানসভা উপনিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে AIUDF-য়ে ।

৫ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনত কোনো এটাতে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে AIUDF-য়ে(AIUDF wont contest upcoming Samaguri by-polls)।

চামগুৰিত AIUDF-য়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে বুলি চৰ্চা হৈছিল যদিও সেই সম্ভাৱনা নাকচ কৰিলে দলটোৱে। উপ নিৰ্বাচনৰ পৰিৱৰ্তে ৰাজ্যৰ অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনত হে অধিক মনোনিৱেশ কৰিছে বুলি এআইইউডিএফে মন্তব্য কৰিছে।

লগতে পঢ়ক :15 year boy missing from Chapar : চাপৰৰ চৰ ঘুনিমাৰীৰ পৰা নিৰুদ্দেশ ১৫ বছৰীয়া কিশোৰ