Local, Vocal, Global

Road Accident in Sonari: মটৰ চাইকেল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন

বজালী,২২অক্টোবৰ : এক শোকাৱহ দুৰ্ঘটনা।নিহত এজন।

সোমবাৰে নিশা বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা। বজালী ১২৭ নং ভূটান ৰোড ভোটান্ত সাদেৰী বদনকুচি চকত মটৰ চাইকেল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ ।
ফলত থিতাতে নিহত এজন।নিহত লোকজন বজালী ভোগপুৰ দখলা গাঁৱৰ ভৃগু ঠাকুৰীয়া বুলি জানিব পৰা গৈছে(Road Accident in Sonari)।

দুৰ্ঘটনা সংঘটিত কৰা পালচাৰ বাইক খনৰ নম্বৰ AS 15J 3461 আৰু স্কুটি খনৰ নম্বৰ AS 15U 8549।

লগতে পঢ়ক :Road Accident in Sonari : নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ পিকআপ বাহনখনৰ খুন্দা বিদ্যুৎ পৰিবাহী খুঁটাত,আহত মহিলা শ্ৰমিক